প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছত মহিলা ডিস্কাছ থ্ৰ’ত ব্ৰঞ্জৰ পদক জয় কৰাত লক্ষ্মীক অভিনন্দন জনায়

प्रविष्टि तिथि: 27 OCT 2023 6:44PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছত মহিলাৰ ডিস্কাছ থ্ৰ' ইভেণ্ট এফ৩৭/৩৮ত ব্ৰঞ্জৰ পদক জয় কৰাত লক্ষ্মীক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে:

"মহিলা ডিস্কাছ থ্ৰ'-এফ৩৭/৩৮ ইভেণ্টত প্ৰতিষ্ঠিত ব্ৰঞ্জৰ পদক জয় কৰাত  লক্ষ্মীক অভিনন্দন। তেওঁ সমগ্ৰ দেশৰ বাবে এক প্ৰেৰণা।"

**********

DS/RT


(रिलीज़ आईडी: 1972546) आगंतुक पटल : 141
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam