প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে এছিয়ান পেৰা গেমছ ২০২২ত মহিলাৰ শ্বটপুট-এফ ৩৪ প্ৰতিযোগিতাত ভাগ্যশ্ৰী মাধৱৰাও ঝাদৱৰ ৰূপৰ পদক অৰ্জন উদযাপন কৰে
प्रविष्टि तिथि:
26 OCT 2023 11:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত মহিলাৰ শ্বটপুট-এফ ৩৪ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ভাগ্যশ্ৰী মাধৱৰাও ঝাদৱক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"এছিয়ান পেৰা গেমছৰ মহিলাৰ শ্বটপুট-এফ ৩৪ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰাৰ বাবে ভাগ্যশ্ৰী মাধৱৰাও ঝাদৱক অভিনন্দন জনাইছো। আগন্তুক প্ৰচেষ্টাসমূহৰ বাবে তেওঁলৈ শুভেচ্ছা থাকিল।"
***
(रिलीज़ आईडी: 1971978)
आगंतुक पटल : 128
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Bengali
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Malayalam