প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান পেৰা গেমছ ২০২২ৰ পুৰুষৰ ৫০০০ মিটাৰ টি১১ ইভেণ্টত অংকুৰ ধামাৰ স্বৰ্ণ পদক জয়ক উদযাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 23 OCT 2023 6:29PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ৰ পুৰুষৰ ৫০০০ মিটাৰ টি১১ ইভেণ্টত স্বৰ্ণ পদক জয়ৰ বাবে অংকুৰ ধামাক অভিনন্দন জ্ঞাপন কৰিছে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“পুৰুষৰ ৫০০০ মিটাৰ টি১১ ইভেণ্টত স্বৰ্ণ পদক জয়ৰ বাবে অংকুৰ ধামাক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো৷ তেওঁৰ প্ৰদৰ্শন আশ্বৰ্যজনক আৰু ই সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰি তুলিছে। তেওঁ নতুন দিগন্ত স্পৰ্শ কৰক!”

***

DS/TS/DB



(Release ID: 1971378) Visitor Counter : 71