প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাৰী শক্তি বন্দন অধিনিয়ম হৈছে দেশক নেতৃত্ব দিয়াৰ বাবে মহিলাসকলৰ আহ্বানঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 16 OCT 2023 4:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত মহিলা সবলীকৰণৰ বাবে নাৰী শক্তি বন্দন অধিনিয়মৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।

কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে নাৰী শক্তি বন্দন অধিনিয়মৰ ওপৰত লিখা এটা প্ৰবন্ধ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স-এইদৰে পোষ্ট কৰিছে;

"কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @kishanreddybjp লিখিছে যে শেহতীয়াভাৱে গৃহীত হোৱা নাৰী শক্তি বন্দন অধিনিয়ম কিদৰে মহিলাসকলৰ সবলীকৰণৰ প্ৰতীক আৰু ভৱিষ্যতৰ দিশে দেশক নেতৃত্ব দিয়াৰ বাবে মহিলাসকলৰ আহ্বান হৈ উঠিছে।"

**************

 

KG/BM


(रिलीज़ आईडी: 1968313) आगंतुक पटल : 151
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam