প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জন্ম বাৰ্ষিকীত ড০ এ পি জে আব্দুল কালামলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ
Posted On:
15 OCT 2023 8:42AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ এপিজে আব্দুল কালামৰ জন্ম বাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে৷
শ্ৰী মোদীয়ে তেওঁ বিনম্ৰতা আৰু বৈজ্ঞানিক প্ৰতিভাক স্মৰণ কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰৰ প্ৰতি ড০ কালামৰ অতুলনীয় অৱদান সদায়েই স্মৰণীয় হৈ ৰ’ব৷
টুইটাৰৰ এক পোষ্টত শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয়ঃ
“বিনম্ৰ আচৰণ আৰু ব্যতিক্ৰমী বৈজ্ঞানিক প্ৰতিভাৰ বাবে ৰাইজৰ প্ৰিয় হৈ পৰা প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকীত কৌটি কোটি প্ৰণাম জনাইছো৷ ৰাষ্ট্ৰৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ অতুলনীয় অৱদান সদায়েই শ্ৰদ্ধাপূৰ্বক স্মৰণীয় হৈ ৰ’ব৷”
***
DS/DB
(Release ID: 1967940)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam