প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে ড. মহম্মদ মুইজুক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

प्रविष्टि तिथि: 01 OCT 2023 9:43AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড. মহম্মদ মুইজুক মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত পোষ্ট কৰি লিখিছে: “মালদ্বীপৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে @MMuizzu লৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”

“ভাৰত-মালদ্বীপৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লগতে ভাৰত মহাসাগৰ অঞ্চলত আমাৰ সামগ্ৰিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।”

 

***

DS/ST


(रिलीज़ आईडी: 1967696) आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Gujarati , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Kannada , Malayalam