প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নাৰী শক্তি বন্দন অধিনিয়মে সুষম নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত এক আদৰ্শ বাতাবৰণ সৃষ্টি কৰিবঃ প্ৰধানমন্ত্ৰী

प्रविष्टि तिथि: 13 OCT 2023 5:07PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নাৰী শক্তি বন্দন অধিনিয়মে বিধায়িনী ক্ষেত্ৰত সামগ্ৰিকভাৱে মহিলাৰ প্ৰতি সন্মান বৰ্ধনৰ লগতে সুষম নীতি নিৰ্ধাৰণৰ বাবে এক আদৰ্শ বাতাবৰণ সৃষ্টি কৰিব।

কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালৰ এক্সৰ এটা প’ষ্ট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে কয়;

“কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱালে লিখিছে যে নাৰী শক্তি বন্দন আইনখনে বিধায়িনী ক্ষেত্ৰত মহিলাসকলৰ মৰ্য্যাদাক সামগ্ৰিকভাৱে বৃদ্ধি কৰিব আৰু সুষম নীতি নিৰ্ধাৰণৰ বাবে এক আদৰ্শ বাতাবৰণ সৃষ্টি কৰিব।” 

***

DS/TS/SB


(रिलीज़ आईडी: 1967692) आगंतुक पटल : 92
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam