প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

স্বৰ্ণ পদক জয়ৰ বাবে ভাৰতীয় পুৰুষ দলটোক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 OCT 2023 8:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হানঝৌত অনুষ্ঠিত এছিয়ান গেমছত স্বৰ্ণ পদক জয়ৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে ভাৰতীয় পুৰুষ দল, টোণ্ডাইমেন পিআৰ, কীনান চেনাই আৰু জোৰাবৰ সিং সান্ধুক অভিনন্দন জ্ঞাপন কৰে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

আমাৰ শ্বুটাৰ “@tondaimanpr, @kynanchenai আৰু জোৰাবৰ সিং সান্ধুৰ কি সুন্দৰ প্ৰদৰ্শন, যিসকলে দলীয় শাখাৰ ট্ৰেপ ৫০ শ্বটত নিখুঁটভাৱে ভাৰতক পডিয়ামৰ শীৰ্ষত উপনীত কৰিলে৷ বহুত সুন্দৰ প্ৰদৰ্শন৷ আকাংক্ষিত স্বৰ্ণ পদকৰ বাবে অভিনন্দন৷”

***

DS/ST/DB/BM


(रिलीज़ आईडी: 1967372) आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam