প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ত পুৰুষৰ মল্লযুদ্ধৰ ৮৬ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰা বাবে দীপক পুনিয়াক অভিনন্দন জনায়

Posted On: 07 OCT 2023 6:20PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত এছিয়ান গেমছ-২০২২ত পুৰুষৰ মল্লযুদ্ধৰ ৮৬ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰা বাবে পালোৱান দীপক পুনিয়াক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত পোষ্ট কৰি লিখিছে:

"দীপক পুনিয়াৰ এয়া অতুলনীয় প্ৰদৰ্শন! পুৰুষৰ মল্লযুদ্ধৰ ৮৬ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰাত অভিনন্দন।

তেওঁৰ সমৰ্পণ আৰু ভাবনা বাস্তৱত প্ৰেৰণাদায়ক আৰু এইবাবেই এই আমোদজনক প্ৰদৰ্শন সন্মুখলৈ আহিছে।"

**********

 



(Release ID: 1965663) Visitor Counter : 83