প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

এছিয়ান গেমছ ২০২২ত পুৰুষৰ কাব্বাদি দলে সোণৰ পদক লাভ কৰা সাফল্য উদযাপন কৰে প্ৰধানমন্ত্ৰীয়ে

Posted On: 07 OCT 2023 6:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত ‘এছিয়ান গে’মছ ২০২২’ত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে পুৰুষৰ কাব্বাদি দলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত কৰা ‘পোষ্ট’-ত কয়:

"আনন্দ-উল্লাসৰ এক মুহূৰ্ত! আমাৰ পুৰুষৰ কাব্বাদি দলটো সঁচায়ে অজেয়!

এছিয়ান গে’মছত স্বৰ্ণ পদক অৰ্জন কৰাৰ বাবে তেওঁলোকক অভিনন্দন জনাইছোঁ।

তেওঁলোকৰ নিৰলস সংকল্প আৰু অনবদ্য দলবদ্ধ প্ৰদৰ্শনে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে।"

***


DS/TS/KB



(Release ID: 1965661) Visitor Counter : 92