প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছ ২০২২ত মহিলা ডিস্কাছ থ্ৰ’ ইভেণ্টত সীমা পুনিয়াৰ ব্ৰঞ্জৰ পদক লাভত প্ৰধানমন্ত্ৰীৰ সন্তুষ্টি প্ৰকাশ

प्रविष्टि तिथि: 01 OCT 2023 8:40PM by PIB Guwahati

হাংঝাউত অনুষ্ঠিত এছিয়ান গেমছ ২০২২ত মহিলা ডিস্কাছ থ্ৰইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সীমা পুনিয়াক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে:

সীমা পুনিয়াৰ বাবে এক উল্লেখযোগ্য ব্ৰঞ্জৰ পদক। ডিস্কাছ থ্ৰইভেণ্টত তেওঁৰ এক সুন্দৰ প্ৰদৰ্শন। তেওঁৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে দেশক আকৌ এবাৰ গৌৰৱান্বিত কৰি তুলিছে।

**********

 

DS/TS


(रिलीज़ आईडी: 1963456) आगंतुक पटल : 118
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , Tamil , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Telugu , Malayalam