প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
সমগ্ৰ দেশৰ ৰে’ল ষ্টেশ্যনসমূহৰ পুনৰুজ্জীৱিতকৰণ হৈছে আমাৰ চৰকাৰৰ প্ৰাথমিকতা: প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
30 SEP 2023 1:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গোৱালিয়ৰ ৰে'ল ষ্টেশ্যনৰ পুনৰ্বিকাশৰ বাবে চলি থকা কাম-কাজৰ প্ৰশংসা কৰে।
কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এই সন্দৰ্ভত ‘এক্স’-ত দিয়া এটা ‘পোষ্ট’ ‘শ্বেয়াৰ’ কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
"ভাল কথা হৈছে! সমগ্ৰ দেশৰ ৰে’ল ষ্টেশ্যনসমূহৰ পুনৰুজ্জীৱিতকৰণ হৈছে আমাৰ চৰকাৰৰ এক প্ৰাথমিকতা। অত্যাধুনিক সা-সুবিধাৰ সৈতে গোৱালিয়ৰ ৰে'ল ষ্টেশ্যনৰ বিকাশৰ জৰিয়তে যাত্ৰীসকলৰ যাত্ৰা অধিক স্বাচ্ছন্দ্যপূৰ্ণ হ'ব। "
***
DS/TS/KB
(रिलीज़ आईडी: 1963399)
आगंतुक पटल : 111
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam