প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কিৰণ বালিয়ানক ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অভিনন্দন জনাইছে

प्रविष्टि तिथि: 30 SEP 2023 2:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছত শ্বট পুট ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে কিৰণ বালিয়ানক অভিনন্দন জ্ঞাপন কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইদৰে পোষ্ট কৰে;

"এছিয়ান গেমছ ২০২২ত ভাৰতীয় খেলুৱৈসকলৰ সাফল্য অব্যাহত আছে!

অসাধাৰণ কিৰণ বালিয়ানক শ্বট পুট ইভেণ্টত তেওঁৰ বিস্ময়কৰ সাফল্য আৰু ব্ৰঞ্জৰ পদক জয়ৰ বাবে এক বহুত বহুত অভিনন্দন। তেওঁৰ সফলতাই সমগ্ৰ দেশবাসীক আনন্দিত কৰিছে।"

****************

 

BM/KG


(रिलीज़ आईडी: 1963121) आगंतुक पटल : 123
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam