প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩পি ইভেণ্টত ৰূপৰ পদক জয় কৰাত ঐশ্বৰ্য প্ৰতাপ সিংহক অভিনন্দন জনায়
प्रविष्टि तिथि:
29 SEP 2023 7:52PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্বুটাৰ ঐশ্বৰ্য প্ৰতাপ সিংহৰ দ্বাৰা এছিয়ান গেমছত পুৰুষৰ ৫০ মিটাৰ ৰাইফল ৩পি ইভেণ্টত ৰূপৰ পদক জয় কৰাত সন্তুষ্টি প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে;
"ঐশ্বৰ্য প্ৰতাপ সিংহৰ চমকপ্ৰদ ৰূপৰ পদক জয় কৰাটো গৌৰৱৰ কথা। ৫০ মিটাৰ ৰাইফল পুৰুষ ৩পি ইভেণ্টত এই অসাধাৰণ প্ৰদৰ্শনৰ বাবে তেওঁক অভিনন্দন। তেওঁ এজন উল্লেখযোগ্য চেম্পিয়ন, যি ক্ৰীড়া ভাবনা আৰু উৎকৃষ্টতাৰ প্ৰতীক।"
**********
(रिलीज़ आईडी: 1962534)
आगंतुक पटल : 96
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Telugu
,
Kannada
,
Odia
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Malayalam