প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

এছিয়ান গেমছত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে পুৰুষৰ‌ কক্সলেছ চাৰিজনীয়া ৰয়িং দলটোক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

Posted On: 25 SEP 2023 2:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছ ২০২২ত ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে পুৰুষৰ‌ কক্সলেছ চাৰিজনীয়া ৰয়িঙৰ দলটোৰ আশীষ, ভীম সিং, জছৱিন্দৰ সিং আৰু পুণিত কুমাৰক অভিনন্দন জনাইছে।

প্ৰধানমন্ত্ৰীয়ে এই উল্লেখনীয় সফলতাত উপনীত হোৱাৰ বাবে দলটোৰ অতুলনীয় দৃঢ়তা আৰু সহযোগিতাৰ বিষয়েও উল্লেখ কৰে।

 

𝓐 𝓫𝓮𝓪𝓾𝓽𝓲𝓯𝓾𝓵 𝓑𝓻𝓸𝓷𝔃𝓮🥉

With strength and determination, our 🇮🇳 men's Coxless 4 #Rowing Team of Ashish, Bheem Singh, Jaswinder Singh & Punit Kumar achieved a remarkable feat! 🚣‍♂️🥉

In the final race, they powered through the waters with a timing of 06:10.81,… pic.twitter.com/W03YbQll6F

— SAI Media (@Media_SAI) September 25, 2023

 

**********

DS/SK


(Release ID: 1960519)