প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নাৰী শক্তি অধিনিয়ম গৃহীত হোৱাৰ পাছত মহিলা সাংসদসকলৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

Posted On: 22 SEP 2023 8:22AM by PIB Guwahati

সংসদৰ মহিলা সাংসদসকলে কালি নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষা९ কৰি ঐতিহাসিক নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে Xত লিখিছে :

"নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ সময়ত ৰোমাঞ্চিত হৈ পৰা আমাৰ গতিশীল মহিলা সাংসদসকলক সাক্ষা९ কৰি গৌৰৱ অনুভৱ কৰিছোঁ 

পৰিৱৰ্তনৰ ধ্বজ্জাবাহকসকল একেলগ হৈ তেওঁলোকে সমৰ্থন কৰা আইনখনক উদযাপন কৰিবলৈ একত্ৰিত হোৱা দেখি আনন্দিত হৈছোঁ

নাৰী শক্তি বন্দন অধিনিয়ম গৃহীত হোৱাৰ লগে লগে ভাৰত এক উজ্জ্বল, সমাৱেশী ভৱিষ্যতৰ শিখৰত থিয় দিছে আৰু আমাৰ নাৰী শক্তি এই ৰূপান্তৰৰ মধ্য়মণি।"

 

Had the honor of meeting our dynamic women MPs who are absolutely thrilled at the passage of the Nari Shakti Vandan Adhiniyam.

It is gladdening to see the torchbearers of change come together to celebrate the very legislation they have championed.

With the passage of the Nari… pic.twitter.com/et8bukQ6Nj

— Narendra Modi (@narendramodi) September 21, 2023

 

 

***

DS

(Release ID: 1959538)



(Release ID: 1959660) Visitor Counter : 95