প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘বিশ্বকৰ্মা জয়ন্তী’ত জনসাধাৰণলৈ শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 17 SEP 2023 9:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্বকৰ্মা জয়ন্তী’ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ লগতে উদ্ভাৱনক নিষ্ঠা, প্ৰতিভা আৰু কঠোৰ শ্ৰমেৰে আগুৱাই নিয়া সকলো শিল্পী আৰু উদ্ভাৱকক অভিবাদন জনায়।

‘এক্স’-ত কৰা ‘পোষ্ট’ত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভগৱান বিশ্বকৰ্মাৰ জয়ন্তীত মোৰ পৰিয়ালৰ সকলো সদস্যক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। এই উপলক্ষে মই নিষ্ঠা, প্ৰতিভা আৰু কঠোৰ শ্ৰমেৰে সমাজক পুনৰ নিৰ্মাণৰ দিশে আগুৱাই নিয়া সকলো শিল্পী আৰু উদ্ভাৱকক হৃদয়েৰে অভিবাদন জনাইছোঁ।"

***


(रिलीज़ आईडी: 1958161) आगंतुक पटल : 204
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam