উপ-ৰাষ্ট্ৰপতি সচিবালয়
azadi ka amrit mahotsav

উপ-ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীক তেওঁৰ জন্মদিনত শুভেচ্ছা জনাইছে

प्रविष्टि तिथि: 17 SEP 2023 9:53AM by PIB Guwahati

উপ-ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰে আজি ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীলৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰে।

এক্স পোষ্টত, উপ-ৰাষ্ট্ৰপতিয়ে কয়;

"ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীক জন্মদিনৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ দূৰদৰ্শী নেতৃত্ব, মিছনেৰী মনোভাৱ আৰু দৃষ্টান্তমূলক কাৰ্যকৰীকৰণে ভাৰতক অভূতপূৰ্ব প্ৰগতি আৰু যুগান্তকাৰী ৰূপান্তৰৰ দিশে লৈ গৈছ।আপোনাৰ উত্তৰাধিকাৰ আমাৰ দেশৰ ইতিহাসত লিপিবদ্ধ হৈ আছে।

মানৱতাৰ এক ষষ্ঠাংশৰ বাসস্থান ভাৰতে আমাৰ সভ্যতাৰ নীতিৰ সৈতে সংগতি ৰাখি অন্তৰ্ভুক্তি, জনকল্যাণ আৰু দূৰদৰ্শী দৃষ্টিভংগীৰ প্ৰতি আপোনাৰ দায়বদ্ধতাক সদায় মনত ৰাখিব।

আগন্তুক বৰ্ষসমূহত ভাৰতৰ সেৱাত জড়িত থাকিবলৈ ঈশ্বৰে আপোনাক সুস্বাস্থ্য আৰু সুখৰ বাবে আশীৰ্বাদ প্ৰদান কৰক।"

*****


(रिलीज़ आईडी: 1958156) आगंतुक पटल : 175
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Punjabi , Tamil , Kannada