প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
‘বিশ্ব সংস্কৃত দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰীয়ে
এই দিৱস উদযাপন কৰিবলৈ সংস্কৃতত একোটা বাক্য বিনিময় কৰিবলৈ সকলোৰে প্ৰতি প্ৰধানমন্ত্ৰীৰ আহ্বান
Posted On:
31 AUG 2023 10:06AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্ব সংস্কৃত দিৱস’ উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে সংস্কৃতৰ প্ৰতি উৎসাহী সকলোকে প্ৰশংসা কৰে। এই দিৱস উদযাপন কৰিবলৈ সকলোকে সংস্কৃতত একোটা বাক্য বিনিময় কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে।
‘এক্স পোষ্ট’-ৰ এটা শৃংখলাত প্ৰধানমন্ত্ৰীয়ে কয়;
"বিশ্ব সংস্কৃত দিৱসে মম শুভকামনাঃ। অহঁ সৰ্ৱান্ অভিনন্দামি য়ে এতদৰ্থ ভাৱুকাঃ সন্তি। সংস্কৃতেন সহ ভাৰতস্য সম্বন্ধঃ বিশিষ্টঃ।"
"বিশ্ব সংস্কৃত দিৱসত শুভকামনা জনাইছো। সকলোলকে অভিনন্দন জনাইছো, এয়া হৈছে আমাৰ আৱেগ। সংস্কৃতৰ সৈতে ভাৰতৰ বিশেষ সম্পৰ্ক আছে।"
"বিশ্ব সংস্কৃত দিৱসৰ শুভেচ্ছা জনাইছো। মই সেই সকলোলোকক প্ৰশংসা কৰো যিসকলে ইয়াৰ প্ৰতি উৎসাহী। সংস্কৃতৰ সৈতে ভাৰতৰ এক বিশেষ সম্পৰ্ক আছে। এই মহান ভাষাটো উদযাপন কৰিবলৈ, মই আপোনালোক সকলোকে সংস্কৃতত একোটা বাক্য বিনিময় কৰিবলৈ অনুৰোধ জনাইছো। তলৰ পোষ্টটোত, ময়ো এটা বাক্য বিনিময় কৰিম। #CelebratingSanskrit ব্যৱহাৰ কৰিবলৈ নাপাহৰিব।"
"অগ্ৰিমদিনেষু ভাৰত জি-২০ সন্মেলনস্য অতিথ্যঁ কৰিষ্যতি। সম্পূৰ্ণবিশ্বতঃ জনাঃ ভাৰতম্ আগমিষ্যন্তি, অস্মাকঁ শ্ৰেষ্ঠসংস্কৃতিঁ জ্ঞাস্যন্তি চ।#CelebratingSanskrit”
"ভাৰতে জি-২০ সন্মিলনৰ আয়োজন কৰিছে। ভাৰতৰ জনগণ সমগ্ৰ বিশ্বতে জনাজাত, শ্ৰেষ্ঠ সংস্কৃতিৰ বাবে প্ৰসিদ্ধ। #CelebratingSanskrit।"
विश्वसंस्कृतदिवसे मम शुभकामनाः। अहं सर्वान् अभिनन्दामि ये एतदर्थं भावुकाः सन्ति। संस्कृतेन सह भारतस्य संबन्धः विशिष्टः।
— Narendra Modi (@narendramodi) August 31, 2023
Greetings on World Sanskrit Day. I laud all those who are passionate about it. India has a very special relation with Sanskrit. To celebrate this great language, I urge you all to share one sentence in Sanskrit. In the post below, I will also share a sentence. Don’t forget to use…
— Narendra Modi (@narendramodi) August 31, 2023
***
(Release ID: 1953976)
Read this release in:
Malayalam
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada