প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দিল্লী মেট্ৰ’ত যাত্ৰীৰ ভ্ৰমণে ক’ভিডৰ পূৰ্বৰ পৰিসংখ্যাক অতিক্ৰম কাৰ্য্যক শলাগ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 01 SEP 2023 8:18AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লী মেট্ৰ’ত দৈনিক যাতায়াতকাৰীৰ সংখ্যা বৃদ্ধি কাৰ্য্যক প্ৰশংসা কৰিছে।

Xৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে অৱগত কৰে যে দিল্লী মেট্ৰ’ত দৈনিক যাত্ৰীৰ ভ্ৰমণ ক’ভিডৰ পূৰ্বৰ পৰিসংখ্যাক অতিক্ৰমেৰে সৰ্বকালৰ সৰ্বাধিক হৈ উঠিছে। ২০২০ৰ ১০ ফেব্ৰুৱাৰীত, দিল্লী মেট্ৰ’ত দৈনিক যাতায়াতকাৰীৰ সংখ্যা আছিল ৬৬,১৮,৭১৭ জন। ইয়াৰ বিপৰীতে ২০২৩ৰ ২৮ আগষ্টত ৬৮,১৬,২৫২লৈ বৃদ্ধি পায়।

এটা X প’ষ্টলৈ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“ভাল খবৰ। আমাৰ চৰকাৰে আমাৰ নগৰীয়া কেন্দ্ৰসমূহত আধুনিক আৰু সুবিধাজনক ৰাজহুৱা ব্যৱস্থা উপলব্ধ হোৱাতো নিশ্চিতকৰণৰ বাবে কাম কৰি যাব।“

 

Wonderful news. Our Government will continue working to ensure our urban centres have modern and comfortable public transport. https://t.co/fe6fXPwhGR

— Narendra Modi (@narendramodi) September 1, 2023

 

 

***


(रिलीज़ आईडी: 1953970) आगंतुक पटल : 124
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam