প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চন্দ্ৰযান অভিযানৰ বিষয়ে লিখিলে ইছৰোৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী জি. মাধৱেন নায়াৰে
Posted On:
30 AUG 2023 9:02PM by PIB Guwahati
ইছৰোৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী জি. মাধৱেন নায়াৰে এটা প্ৰৱন্ধত চন্দ্ৰযান অভিযান আৰু মহাকাশ প্ৰযুক্তৰ সক্ষমতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গুৰুত্ব তথা বৈজ্ঞানিক সমূদায়লৈ তেওঁৰ সমৰ্থনৰ বিষয়ে লিখে৷
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এটা টুইটত কয়ঃ
“@isroৰ প্ৰাক্তন অধ্যক্ষ শ্ৰী জি. মাধৱেন নায়াৰে চন্দ্ৰযান মিচন সন্দৰ্ভত এটা অন্তৰ্দৃষ্টিসম্পন্ন প্ৰৱন্ধ লিখে৷
তেওঁ ব্যাখ্যা কৰে যে প্ৰধানমন্ত্ৰী @narendramodiয়ে কিদৰে মহাকাশ প্ৰযুক্তিৰ সক্ষমতাত সদায় গুৰুত্ব দিয়াৰ লগতে বৈজ্ঞানিক সমূদায়লৈ প্ৰধানমন্ত্ৰীৰ সমৰ্থনৰ বাবে প্ৰশংসা কৰে৷”
https://m.timesofindia.com/why-we-must-celebrate-chandrayaan-2-too/articleshow/103181077.cms?from=mdr&from=mdr&from=mdr
Former @isro Chairman, Shri G. Madhavan Nair pens an insightful article on the Chandrayaan mission.
He elaborates how PM @narendramodi has always had a focus on the potential of space technology and appreciates the Prime Minister for his support to the scientific community.… pic.twitter.com/Hx9BSgp38g
— PMO India (@PMOIndia) August 30, 2023
***
(Release ID: 1953966)
Visitor Counter : 114
Read this release in:
English
,
Manipuri
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam