পোষ্ট কৰা হৈছে:
03 AUG 2023 3:07PM by PIB Guwahati
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী সিদ্ধাৰমাইয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰিছে; “কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শ্ৰী @siddaramaiah-এ প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।
@CMofKarnataka”
***