প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কাৰগিল বিজয় দিৱসত কাৰগিল যুদ্ধৰ নায়কসকলৰ স্মৃতিচাৰণ প্রধানমন্ত্রীৰ
प्रविष्टि तिथि:
26 JUL 2023 9:01AM by PIB Guwahati
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে কাৰগিল বিজয় দিৱস উপলক্ষে কাৰগিল যুদ্ধৰ শ্বহীদসকলৰ প্রতি শ্রদ্ধার্ঘ্য অর্পণ কৰিছে। শ্রী মোদীয়ে কৈছে, কাৰগিল বিজয় দিৱসে ভাৰতৰ সেই বিস্ময়কৰ সাহসী বীৰগাঁথাক সন্মুখলৈ লৈ আহে, যিসকল সকলো সময়তে দেশবাসীৰ কাষত অনুপ্রেৰণাৰ।
এটা ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, “কাৰগিল বিজয় দিৱসে ভাৰতৰ সেই বিস্ময়কৰ সাহসী বীৰগাঁথাক সন্মুখলৈ লৈ আহে, যি সর্বদা দেশবাসীৰ কাষত অনুপ্রেৰণাৰ। এই বিশেষ দিনটোত মই মোৰ হৃদয়ৰ অন্তঃস্থলৰ পৰা তেওঁলোকক প্রণাম আৰু অভিবাদন জনাইছোঁ। জয় হিন্দ!"
कारगिल विजय दिवस भारत के उन अद्भुत पराक्रमियों की शौर्यगाथा को सामने लाता है, जो देशवासियों के लिए सदैव प्रेरणाशक्ति बने रहेंगे। इस विशेष दिवस पर मैं उनका हृदय से नमन और वंदन करता हूं। जय हिंद!
— Narendra Modi (@narendramodi) July 26, 2023
**********
(रिलीज़ आईडी: 1944354)
आगंतुक पटल : 162
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam