প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতক জ্ঞানৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাত এন ই পিৰ ভূমিকাক স্বীকাৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 JUL 2023 12:34PM by PIB Guwahati
ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে লিখা “আকৌ এবাৰ জ্ঞানৰ কেন্দ্ৰবিন্দু” শীৰ্ষক এটা প্ৰবন্ধ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটযোগে প্ৰকাশ কৰিছে;
“ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ তৃতীয় বৰ্ষপূৰ্তিত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী @dpradhanbjp-এ ভাৰতক উদীয়মান প্ৰযুক্তিৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ বাবে এই নীতি কেনেকৈ সাজু কৰা হৈছে সন্দৰ্ভত লিখিছে।”
*******
(रिलीज़ आईडी: 1944182)
आगंतुक पटल : 185
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam