প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চন্দ্ৰযানৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ভূটানৰ প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী মোদীৰ ধন্যবাদ জ্ঞাপন

प्रविष्टि तिथि: 16 JUL 2023 9:30AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চন্দ্ৰযান-৩ৰ সফল উৎক্ষেপনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰাৰ বাবে ভূটানৰ প্ৰধানমন্ত্ৰীক প্ৰধানমন্ত্ৰী মোদীয়ে ধন্যবাদ জ্ঞাপন কৰে।

ভূটানৰ প্ৰধানমন্ত্ৰীৰ এটা টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে টুইট কৰেঃ

‘মহামহিম, আপোনাৰ উৎসাহবৰ্দ্ধক শব্দৰ বাবে ধন্যবাদ। প্ৰকৃততে চন্দ্ৰযানৰ সফলতা সমগ্ৰ মানৱতাৰ বাবে শুভ সংকেত।’

 

*************


(रिलीज़ आईडी: 1940330) आगंतुक पटल : 147
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Bengali , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam