প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী ডঃ মনসুখ মাণ্ডৱিয়াৰ প্রবন্ধ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
04 JUL 2023 4:28PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াই চিকল চেল এনিমিয়া নিৰ্মূল অভিযান সন্দৰ্ভত লিখা এটা লেখা শ্বেয়াৰ কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে এইদৰে টুইট কৰেঃ
“কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াই ‘চিকল চেল এনিমিয়া নিৰ্মূল’ অভিযানে এই ৰোগৰ বিৰুদ্ধে যুঁজত যথেষ্ট শক্তি প্ৰদান কৰিব বুলি লিখিছে।”
***
(ৰিলিজ আই ডি : 1939205)
অতিথি কক্ষ : 131
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam