প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ পেট্ৰ’কেমিকেল খণ্ডত উদ্গনি যোগোৱাৰ প্ৰচেষ্টাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
03 JUL 2023 8:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে পেট্ৰ’কেমিকেল ৰপ্তানিৰ অংশ হিচাপে অসমৰ পৰা বাংলাদেশলৈ প্ৰথম মিথানল প্ৰেৰণৰ প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে।
অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
“এই পদক্ষেপে অসম আৰু সমগ্ৰ উত্তৰ-পূবৰ পেট্ৰ’কেমিকেল খণ্ডত উদ্গনি যোগাব।”
***
(ৰিলিজ আই ডি : 1937149)
অতিথি কক্ষ : 146
ত এই ৰিলিজটো পঢ়ক:
Bengali
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam