প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মধ্যপ্ৰদেশৰ শ্বাহদোলৰ পকাৰিয়া গাঁও ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
01 JUL 2023 8:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ শ্বাহদোলৰ পকাৰিয়া গাঁও ভ্ৰমণ কৰে।
পকাৰিয়া গাঁৱত প্ৰধানমন্ত্ৰীগৰাকীয়ে জনজাতীয় নেতা, পেছা (PESA) কমিটিৰ সদস্যবৃন্দ, আত্ম সহায়ক গোটসমূহৰ লাখপতি দিদি আৰু ফুটবল খেলুৱৈসকলৰ সৈতে মত-বিনিময় কৰে।
https://www.youtube.com/live/x3Ve07fCrsk?feature=share
https://www.youtube.com/live/ifXlfF3HpcI?feature=share
(रिलीज़ आईडी: 1936931)
आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Kannada
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Malayalam