প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰবীণ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক বিদ্যুৎ ঠাকাৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 06 JUN 2023 10:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক বিদ্যুৎ ঠাকাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।

শ্ৰী মোদীয়ে টুইট কৰি কয়;

"বিশিষ্ট ৰাজনৈতিক বিশ্লেষক বিদ্যুৎ ঠাকাৰৰ মৃত্যুৰ খবৰ পাই ব্যথিত হৈছো। তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। ওমঃ শান্তি"

***


(रिलीज़ आईडी: 1935684) आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam