পোষ্ট কৰা হৈছে:
06 JUN 2023 10:30PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক বিদ্যুৎ ঠাকাৰৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
শ্ৰী মোদীয়ে টুইট কৰি কয়;
"বিশিষ্ট ৰাজনৈতিক বিশ্লেষক বিদ্যুৎ ঠাকাৰৰ মৃত্যুৰ খবৰ পাই ব্যথিত হৈছো। তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। ওমঃ শান্তি"
***