প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভগৱান বীৰছা মুণ্ডাক পুন্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

Posted On: 09 JUN 2023 1:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভগৱান বীৰছা মুণ্ডাক তেওঁৰ পুণ্য তিথিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয়;

"ভগৱান বীৰছা মুণ্ডা জীলৈ তেওঁৰ মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। তেওঁ বিদেশী শাসনৰ বিৰুদ্ধে সংগ্ৰামত নিজৰ সকলো ত্যাগ কৰিছিল। জনজাতীয় সমাজৰ উত্থানৰ বাবে তেওঁৰ নিষ্ঠা আৰু সেৱা দেশে সদায় মনত ৰাখিব।"

***



(Release ID: 1935683) Visitor Counter : 67