প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মাইক্ৰনৰ মুখ্য কাৰ্যবাহী বিষয়া সঞ্জয় মেহৰোত্ৰাৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
22 JUN 2023 6:58AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ জুনত ৱাশ্বিংটন ডিচিত মাইক্ৰনৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী সঞ্জয় মেহৰোত্ৰাক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতত ছেমি কণ্ডাক্টৰ উৎপাদন বৃদ্ধিৰ বাবে মাইক্ৰন প্ৰযুক্তিক আমন্ত্ৰণ জনায়। তেওঁ উল্লেখ কৰে যে ভাৰতে ছেমি কণ্ডাক্টৰ যোগান শৃংখলাৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিযোগিতামূলক সুবিধা প্ৰদান কৰিব পাৰে।
*************
(ৰিলিজ আই ডি : 1934801)
অতিথি কক্ষ : 177
ত এই ৰিলিজটো পঢ়ক:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam