প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে জেনেৰেল ইলেক্ট্ৰিকৰ চিইঅ’ এইচ লৰিন্স কাল্প জুনিয়ৰৰ সৈতে বৈঠক কৰে
प्रविष्टि तिथि:
22 JUN 2023 6:57AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জেনেৰেল ইলেক্ট্ৰিকৰ চিইঅ'এইচ লৰিন্স কাল্প জুনিয়ৰৰ সৈতে সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতত নিৰ্মাণৰ দীৰ্ঘকালীন সংকল্পবদ্ধতাৰ বাবে জিইৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী আৰু কাল্প জুনিয়ৰে ভাৰতত নিৰ্মাণক উদগনি দিবলৈ জিইৰ ব্যাপক প্ৰযুক্তিগত সহযোগৰ ওপৰত আলোচনা কৰে।
প্ৰধানমন্ত্ৰীয়ে জিইক ভাৰতত বিমান আৰু অক্ষয় ইন্ধনৰ ক্ষেত্ৰত বৃহৎ ভূমিকা পালন কৰিবলৈ আমন্ত্ৰণ জনায়।
**********
(रिलीज़ आईडी: 1934450)
आगंतुक पटल : 152
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam