প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভগৱান বীৰছা মুণ্ডালৈ শ্ৰদ্ধাঞ্জলিৰ সংকলন শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
09 JUN 2023 8:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদ সুদৰ্শন ভগতৰ এলানি টুইট থ্ৰেড শ্বেয়াৰ কৰে৷ সাংসদগৰাকীয়ে থ্ৰেডত বছৰ বছৰ ধৰি প্ৰধানমন্ত্ৰীয়ে ভগৱান বীৰছা মুণ্ডাক শ্ৰদ্ধাঞ্জলি জনোৱা অনুষ্ঠানসমূহ সংকলন কৰিছে।
প্ৰধানমন্ত্ৰীয়ে টুইটত কয়ঃ
“গুৰুত্বপূৰ্ণ সংকলন! জনজাতীয় গৌৰৱৰ প্ৰতীক ভগৱান বীৰছা মুণ্ডা জীৰ ত্যাগ আৰু সমৰ্পণ দেশবাসীৰ বাবে সদায় পথ প্ৰদৰ্শক হৈ ৰ’ব৷”
***
(ৰিলিজ আই ডি : 1932008)
অতিথি কক্ষ : 155
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam