প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আমি ভাৰতৰ দৰিদ্ৰ জনসাধাৰণৰ মৰ্যাদা বৰ্তাই ৰাখিবলৈ আৰু তেওঁলোকৰ জীৱন-জীৱিকা উন্নত কৰিবলৈ চেষ্টা কৰিছোঃ প্ৰধানমন্ত্ৰী

Posted On: 30 MAY 2023 12:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ৯ বছৰত লাখ লাখ লোকৰ জীৱনৰ পৰিৱৰ্তন ঘটা বহুতো পদক্ষেপৰ ওপৰত আলোকপাত কৰি এক টুইট শ্বেয়াৰ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি এইদৰে কয়;

তেওঁ কয়, ‘যোৱা ৯ বছৰত আমি ভাৰতৰ আটাইতকৈ দৰিদ্ৰ লোকসকলৰ মৰ্যাদা ৰক্ষা আৰু জীৱিকা বৃদ্ধিৰ বাবে চেষ্টা কৰি আহিছো। অসংখ্য পদক্ষেপৰ জৰিয়তে আমি লাখ লাখ লোকৰ জীৱন সলনি কৰিছো। প্ৰতিজন নাগৰিকৰ জীৱন-ধাৰণৰ মান উন্নত কৰা আৰু তেওঁলোকৰ সপোন পূৰণ কৰাই আমাৰ মিছন আৰু এই মিছন অব্যাহত আছে।”

****



(Release ID: 1930417) Visitor Counter : 74