প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ ল’বলৈ উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব প্ৰধানমন্ত্ৰীৰ
পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ উৰিষ্যালৈ প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
03 JUN 2023 1:12PM by PIB Guwahati
উৰিষ্যাত সংঘটিত ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ লোৱৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰে। শ্ৰী মোদীয়ে পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ উৰিষ্যালৈ যোৱাৰ বাবেও সাজু হৈছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ‘টুইট’ কৰিছে:
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাৰ ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ ল'বলৈ এখন বৈঠকত সভাপতিত্ব কৰে। পৰ্যালোচনা সভাত ক্ষতিগ্ৰস্ত লোকসকল উৰিষ্যাত ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ বুজ ল'বলৈ প্ৰধানমন্ত্ৰীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত সভাপতিত্ব কৰিছে। শ্ৰী মোদীয়েও পৰিস্থিতিৰ পৰ্যালোচনা কৰিবলৈ উৰিষ্যালৈ গৈ আছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইট কৰিছে:
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উৰিষ্যাত ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিৰ বুজ ল'বলৈ এখন বৈঠকত সভাপতিত্ব কৰে। পৰ্যালোচনা সভাত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু চিকিৎসা সম্পৰ্কীয় দিশসমূহৰ বিষয়ে আলোচনা কৰা হৈছিল।"
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উৰিষ্যালৈ ৰাওনা হৈছে য'ত তেওঁ ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব।" পৰ্যালোচনা সভাত ক্ষতিগ্ৰস্ত লোকসকলৰ উদ্ধাৰ, সাহায্য আৰু চিকিৎসা সম্পৰ্কীয় দিশবোৰ আলোচনা কৰা হয়।"
"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উৰিষ্যালৈ ৰাওনা হৈছে য'ত তেওঁ ৰে'ল দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত উদ্ভৱ হোৱা পৰিস্থিতিৰ পৰ্যালোচনা কৰিব।"
***
(ৰিলিজ আই ডি : 1929867)
অতিথি কক্ষ : 150
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam