প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘টাইমছ অব ইণ্ডিয়া’ গোষ্ঠীয়ে বাঘ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি গ্ৰহণ কৰা প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 01 JUN 2023 10:26AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘টাইমছ অব ইণ্ডিয়া’ গোষ্ঠীয়ে বাঘ সংৰক্ষণত গুৰুত্ব আৰোপ কৰি গ্ৰহণ কৰা প্ৰয়াসৰ প্ৰশংসা কৰিছে। শ্ৰী মোদীয়ে ‘টাইমছ অব ইণ্ডিয়া’ গোষ্ঠীয়ে যুগুতোৱা ‘টাইগাৰ এন্থেম’ৰ এটা ভিডিঅ' ‘শ্বেয়াৰ’ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে ‘টুইট’ কৰে;

"বাঘ সংৰক্ষণৰ গুৰুত্ব প্ৰদানৰ দিশত @ timesofindia গোটৰ এয়া এক ভাল প্ৰচেষ্টা।" এই ক্ষেত্ৰত দেশবাসীয়ে উল্লেখনীয় অগ্ৰগতি লাভ কৰিছে, ইয়াৰ বাবে জনসাধাৰণক ধন্যবাদ জনাইছোঁ।"

 

*******


(ৰিলিজ আই ডি : 1929330) অতিথি কক্ষ : 159