প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজস্থানৰ ঝুনঝুনুত ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ
পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা
प्रविष्टि तिथि:
29 MAY 2023 11:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজস্থানৰ ঝুনঝুনুত সংঘটিত ট্ৰেক্টৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে ক্ষতিগ্ৰস্তসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ (পিএমএনআৰএফ) পৰা অনুদান ঘোষণা কৰিছে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এইদৰে টুইট কৰিছে;
"ৰাজস্থানৰ ঝুনঝুনুত ট্ৰেক্টৰ দুৰ্ঘটনাত মৰ্মাহত হৈছোঁ। শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰিছোঁ। প্ৰতিজন মৃতকৰ নিকটাত্মীয়ক পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ সাহায্য প্ৰদান কৰা হ'ব। আহতসকলক ৫০,০০০ টকাকৈ দিয়া হ'বঃ প্ৰধানমন্ত্ৰী"
*************************
(रिलीज़ आईडी: 1928890)
आगंतुक पटल : 139
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam