প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ ৯ বছৰৰ কাৰ্যকাল সম্পৰ্কীয় লেখা শ্বেয়াৰ কৰে

प्रविष्टि तिथि: 30 MAY 2023 2:21PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ ৯ বছৰৰ কাৰ্যকাল সম্পৰ্কীয় লেখা শ্বেয়াৰ কৰে।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;

"প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দজীয়ে লিখিছে - আশা, আকাংক্ষা আৰু বিশ্বাসৰ ন বছৰ"

কেন্দ্ৰীয় বিত্ত মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণৰ টুইট শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;

"কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণজীয়ে বিস্তাৰিতভাৱে উল্লেখ কৰিছে যে কেনেকৈ চৰকাৰে পৰিৱৰ্তনৰ প্ৰত্যাহ্বানবিলাক অতিক্ৰম কৰিলে।

কেন্দ্ৰীয় বিদেশ মন্ত্ৰী ডাঃ এছ জয়শংকৰৰ টুইট শ্বেয়াৰ কৰি, প্ৰধানমন্ত্ৰী কাৰ্যালয়ে টুইট কৰিছে;

"জৰুৰ পঢ়ক!

বিদেশ মন্ত্ৰী ডাঃ এছ জয়শংকৰে লিখিছে - "ভাৰতক এক দায়িত্বশীল বিকাশৰ অংশীদাৰ, সৰ্বপ্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰা আৰু "বিশ্বজনীন দক্ষিণীয়া দেশৰ কণ্ঠ" হিচাপে জনা যায়।

**********


(रिलीज़ आईडी: 1928587) आगंतुक पटल : 163
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam