প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলং মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক (এমটিএইচএল)ক লৈ আনন্দ প্ৰকাশ কৰিছে

प्रविष्टि तिथि: 26 MAY 2023 2:51PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ আটাইতকৈ দীঘল সাগৰীয় দলং মুম্বাই ট্ৰেন্স হাৰ্বাৰ লিংক (এমটিএইচএল)ক লৈ আনন্দ প্ৰকাশ কৰি কয় যে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিই মানুহৰ বাবে 'জীৱনধাৰণৰ সহজতা'ক প্ৰচাৰ কৰিব।

প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডনাভিছৰ এমটিএইচএলৰ বিশেষত্ব সম্পৰ্কে কৰা টুইটৰ উত্তৰত টুইট কৰে;

"পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনি, যি মানুহৰ বাবে 'জীৱনধাৰণৰ সহজতা' বৃদ্ধি কৰিব। "

****


(रिलीज़ आईडी: 1928054) आगंतुक पटल : 210
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam