প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
অষ্ট্ৰেলিয়ানছুপাৰৰ মুখ্য কাৰ্যবাহী শ্ৰীপল শ্ৰোডাৰৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
পোষ্ট কৰা হৈছে:
23 MAY 2023 8:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ মে'ত অষ্ট্ৰেলিয়াৰ ছিডনীত অষ্ট্ৰেলিয়ানছুপাৰৰ মুখ্য কাৰ্যবাহী শ্ৰী পল শ্ৰোডাৰক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীয়ে বিশ্বত বিদেশী বিনিয়োগৰ বাবে অন্যতম পছন্দৰ প্ৰধান অৰ্থনীতি হিচাপে ভাৰতৰ পৰিচয় দাঙি ধৰে আৰু ভাৰতৰ সৈতে অংশীদাৰিত্বৰ বাবে অষ্ট্ৰেলিয়ানচুপাৰক আমন্ত্ৰণ জনায়।
অষ্ট্ৰেলিয়ানচুপাৰ এক অষ্ট্ৰেলিয়ান পেন্সন পুঁজি, যাৰ মুখ্য কাৰ্যালয় আছে ভিক্টোৰিয়াৰ মেলবৰ্ণত।
*************************
(ৰিলিজ আই ডি : 1926852)
অতিথি কক্ষ : 179
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam