প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাছিয়াৰ মস্কোত অনুষ্ঠিত ৱুচু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ১৭ টা পদক জয় কৰাৰ বাবে মহিলা খেলুৱৈসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
08 MAY 2023 9:34PM by PIB Guwahati
ৰাছিয়াৰ মস্কোত অনুষ্ঠিত ৱুচু ষ্টাৰ্ছ চেম্পিয়নশ্বিপত দেশৰ হৈ ১৭টা পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মহিলা খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে।
কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰৰ এটা টুইট ৰি-টুইট কৰি প্ৰধানমন্ত্ৰীয়ে কয়;
"আমাৰ খেলুৱৈসকলক অভিনন্দন।"
*****
(रिलीज़ आईडी: 1923053)
आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada