প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জয়ন্তী উপলক্ষে মহাৰাণা প্ৰতাপলৈ শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰীৰ

Posted On: 09 MAY 2023 8:53AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাণা প্ৰতাপক সাহস, বীৰত্ব আৰু স্বাভিমানৰ প্ৰতীক বুলি আখ্যা দিয়ে৷ মহাৰাণা প্ৰতাপৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁ তেওঁৰ জীৱনটো মাতৃভূমিৰ সেৱাৰ বাবে উচৰ্গিত কৰিছিল আৰু তেওঁৰ জীৱনটো প্ৰতিটো প্ৰজন্মৰ বাবে এক প্ৰেৰণাৰ উৎস৷

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত কয়ঃ

“সাহস, বীৰত্ব আৰু স্বাভিমানৰ প্ৰতীক মহাৰাণা প্ৰতাপক তেওঁৰ জয়ন্তী উপলক্ষে সশ্ৰদ্ধ শ্ৰদ্ধাঞ্জলি জনাইছো৷ তেওঁ নিজৰ সম্পূৰ্ণ জীৱন মাতৃভূমিৰ সুৰক্ষাৰ বাবে সমৰ্পিত কৰিছিল, যি দেশৰ প্ৰতিটো প্ৰজন্মৰ প্ৰেৰণাৰ উৎস হৈ আহিছে৷”

***



(Release ID: 1923041) Visitor Counter : 82