প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নতুন দিল্লীত উন্নয়নমূলক কৰ্মৰাজি উদ্বোধনৰ শলাগ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 05 MAY 2023 10:45AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত উন্নয়নমূলক কৰ্মৰাজি উদ্বোধনৰ শলাগ লৈছে।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এটা টুইট শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;

“এই সা-সুবিধাৰাজি আৰু সৌন্দৰ্য্যবৰ্ধনৰ প্ৰচেষ্টাই দিল্লীবাসীৰ জীৱনলৈ সুখৰ নতুন ৰঙৰ সঞ্চাৰ কৰিব।”

***


(रिलीज़ आईडी: 1922356) आगंतुक पटल : 171
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam