প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ প্ৰথমখন কেবল-ষ্টেড ৰে’ল দলং, অঞ্জি খাদ দলং সম্পূৰ্ণ হোৱাত প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে
प्रविष्टि तिथि:
29 APR 2023 8:40AM by PIB Guwahati
ভাৰতৰ প্ৰথমখন কেবল-ষ্টেড ৰে'ল দলং অঞ্জি খাদ দলং সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰে।
দলংখন ১১ মাহত সম্পূৰ্ণ হয় আৰু দলংখনত ব্যৱহৃত কেবলৰ মুঠ দৈৰ্ঘ্য ৬৫৩ কিলোমিটাৰ।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰেঃ
"উৎকৃষ্ট"
*******
(रिलीज़ आईडी: 1920846)
आगंतुक पटल : 191
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam