প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু ইজৰাইলৰ জনসাধাৰণক স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 APR 2023 6:39PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু আৰু ইজৰাইলৰ জনসাধাৰণক স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অভিনন্দন জ্ঞাপন কৰিছে।

এলানি টুইটত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়;

“স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে মোৰ বন্ধু @netanyahu আৰু ইজৰাইলৰ জনসাধাৰণলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। মেজেল টভ!”

****


(Release ID: 1920669) आगंतुक पटल : 136


इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , Hindi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam