প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰকাশ সিং বাদললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

प्रविष्टि तिथि: 26 APR 2023 4:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰী প্ৰকাশ সিং বাদললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"শ্ৰী প্ৰকাশ সিং বাদলজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।"

****


(रिलीज़ आईडी: 1920422) आगंतुक पटल : 126
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam