প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিশ্ব বেংকৰ লজিষ্টিক প্ৰদৰ্শন সূচকত ভাৰতৰ ১৬ টা স্থানৰ আকৰ্ষণীয় অগ্ৰগতি : আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 22 APR 2023 7:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব বেংকৰ লজিষ্টিক প্ৰদৰ্শন সূচকত ভাৰতৰ ১৬ টা স্থানৰ আকৰ্ষণীয় অগ্ৰগতিত আনন্দ প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেলৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে; - “এটা উৎসাহজনক ধাৰা, আমাৰ নীতি সংস্কাৰৰ দ্বাৰা চালিত আৰু লজিষ্টিক আন্তঃগাঁথনি উন্নত কৰাৰ ফল এয়া। এই সাফল্যবোৰে আমাৰ ব্যয় হ্ৰাস কৰিব আৰু আমাৰ ব্যৱসায়সমূহক অধিক প্ৰতিযোগিতামূলক কৰি তুলিব।”

***


(रिलीज़ आईडी: 1919443) आगंतुक पटल : 146
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam