প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সমাজত ড্ৰাগছৰ ভাবুকিৰ অন্ত পেলোৱাৰ প্ৰচেষ্টাক শলাগ প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 20 APR 2023 10:06AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমাজত ড্ৰাগছৰ ভাবুকিৰ অন্ত পেলোৱাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈছে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ এক টুইটৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়;

“সমাজত ড্ৰাগছৰ ভাবুকিৰ অন্ত পেলোৱাৰ ক্ষেত্ৰত সমন্বয় আৰু সক্ৰিয়তা অনাটো ভাল পদক্ষেপ৷”

***


(ৰিলিজ আই ডি : 1918661) অতিথি কক্ষ : 164