প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড০ বাবাচাহেব আম্বেদকাৰৰ জন্মজয়ন্তীত সশ্ৰদ্ধ সোঁৱৰণ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 14 APR 2023 8:28AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ড০ বাবাচাহেব আম্বেদকাৰৰ জন্মজয়ন্তীত সশ্ৰদ্ধ সোঁৱৰণ কৰে। তেওঁৰ এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কয় -

"পুজ্য বাবাচাহেবক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছো, যিয়ে সমাজৰ বঞ্চিত আৰু শোষিত শ্ৰেণীৰ সবলীকৰণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। জয় ভীম!"

*****


(रिलीज़ आईडी: 1918070) आगंतुक पटल : 117
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam