প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পিএমএৱায়ে মাতৃ আৰু ভগ্নীসকলৰ জীৱন সহজ কৰি তুলিছেঃ প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
14 APR 2023 9:01AM by PIB Guwahati
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধৎীনত লাভ কৰা এটা আৱাসে পুঞ্চৰ চঞ্চলা দেৱীৰ জীৱনলৈ ব্যাপক পৰিৱৰ্তন অনা বুলি জম্মু পুঞ্চৰ সাংসদ শ্ৰী যুগল কিশোল শৰ্মাই কৰা এক টুইটৰ সঁহাৰি জনায় প্ৰধানমন্ত্ৰীয়ে৷
প্ৰধানমন্ত্ৰীয়ে কয় যে পিএমএৱায়ে মাতৃ আৰু ভগ্নীসকলৰ জীৱন সহজ কৰি তুলিছে৷ তেওঁ টুইটত কয়;
“জম্মু-কাশ্মীৰৰ চঞ্চলা দেৱী জীৰ এই আনন্দই কয় যে কিদৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বাৰা আমাৰ মাতৃ-ভগ্নীসকলৰ জীৱন সহজ হৈ পৰিছে৷”
***
(ৰিলিজ আই ডি : 1916609)
অতিথি কক্ষ : 169
ত এই ৰিলিজটো পঢ়ক:
English
,
Gujarati
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam